দিল্লী আৰক্ষীৰ জালত USTMৰ ইণ্টাৰনেচনেল ৰিলেচনছৰ ডিৰেক্টৰ আছমা বেগম
Автор: News Live
Загружено: 2026-01-24
Просмотров: 4514
📌 দিল্লী আৰক্ষীৰ জালত USTMৰ ইণ্টাৰনেচনেল ৰিলেচনছৰ ডিৰেক্টৰ আছমা বেগম
📌 বিদেশী দূতাবাসৰ ডিপ্ল'মেট বুলি ভুৱা পৰিচয় দি ভুৱা নম্বৰপ্লেটেৰে বাহন ব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ আছমা বেগমক
📌 তিনিখনকৈ দেশৰ দূতাবাসৰ ভুৱা নম্বৰপ্লেট ব্যৱহাৰ কৰিছিল আছমা বেগমে
📌 বিভিন্ন দেশৰ প্ৰতিনিধিক USTMৰ স্বত্বাধিকাৰী মহববুল হকক সাক্ষাৎ কৰোৱাইছিল আছমাই
📌 জেহাদী কাৰ্যকলাপত জড়িত বুলিও সন্দেহৰ আঙুলি আছমা বেগমলৈ
📌 বহু প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক আছমা বেগমৰ
📌 ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া চমুকৈ RPIৰ সম্পাদক বুলিও দাবী হোজাই নিবাসী এইগৰাকী মহিলাৰ
📌 আছমা বেগমৰ বহুৰূপী কাণ্ডক লৈ তীব্ৰ চাঞ্চল্য ৰাজধানী দিল্লীত
📌 ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আছমা বেগমক
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: http://newslivetv.com/
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: