অসমৰ বাবে গৌৰৱৰ ক্ষণ। এক দৃষ্টিনন্দন মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল জনসাধাৰণ
Автор: MyGov Assam
Загружено: 2025-11-09
Просмотров: 107
অসমৰ বাবে গৌৰৱৰ ক্ষণ। এক দৃষ্টিনন্দন মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল জনসাধাৰণ। ৯ নৱেম্বৰ ২০২৫ তাৰিখে অসমৰ আকাশত ভাৰতীয় বায়ু সেনাই চমকপ্ৰদ কুচকাৱাজ প্ৰদৰ্শন কৰে। বায়ু সেনাৰ এই প্ৰদৰ্শনী উপভোগ কৰিবলৈ গুৱাহাটীৰ লাচিত ঘাটত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: