DEODHANI - অসমৰ পৰম্পৰাগত শক্তি উপাসনাৰ নৃত্য | Deodhani Dance of Assam 💃🏼👀
Автор: F1 Tour & Travels
Загружено: 2025-03-07
Просмотров: 241
দেওধনী নৃত্য - অসমৰ পৰম্পৰাগত শক্তি উপাসনাৰ নৃত্য | Deodhani Dance of Assam 💃🏼
দেওধনী নৃত্য (Deodhani Dance) অসমৰ এটি পৰম্পৰাগত নৃত্য যি মনসা পূজাৰ লগত জড়িত। এই নৃত্যত নাৰী নৃত্যশিল্পীসকলে দেবী মনসাৰ আশীৰ্বাদ লাভৰ উদ্দেশ্যে ঢোল, তাল, কাহ, বেঙেনা আদি বাদ্যযন্ত্ৰৰ তালে তাল মিলাই নৃত্য কৰে। দেওধনী নৃত্য কামৰূপ আৰু দৰং জিলাত বিশেষভাৱে জনপ্রিয়। এই নৃত্যত নৃত্যশিল্পীসকলে অলৌকিক শক্তি লাভ কৰি ভৱিষ্যৎবাণী কৰা বুলি বিশ্বাস কৰা হয়।
অসমৰ এই লোকসাংস্কৃতিক নৃত্য সম্বন্ধে অধিক জানিবলৈ আৰু বিশেষ দৃশ্য উপভোগ কৰিবলৈ এই ভিডিওটো চাওক। ভিডিও ভাল লাগিলে লাইক, কমেন্ট, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাদের চেনেল F1 Tour & Travels-ক Subscribe কৰক নতুন ভিডিঅৰ আপডেট পাবৰ বাবে।
#DeodhaniDance #AssameseCulture #FolkDance #ManasaPuja #AssamTourism #TraditionalDance #অসমীয়া_সংস্কৃতি #দেওধনী_নৃত্য #অসম #F1TourAndTravels #rajibsadiya #youtube #viralvideo #tiktok #youtubevideos #youtubevideo #viralvideos #shortsfeed #assam #assamesenews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: