PREPOSITIONS :: PART :: 01
Автор: AB Study & Care
Загружено: 2024-12-03
Просмотров: 174
AB Study & Care নামৰ ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন উপযোগী এই শৈক্ষিক চেনেলটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলৰ বাবে ইংৰাজী ব্যাকৰণৰ পাঠ আগবঢ়োৱা লগতে তেওঁলোকৰ নৈতিক চিন্তা চৰ্চা আৰু কৰ্তব্যবোধৰ সমল যোগোৱাৰ মানসেৰে প্ৰচেষ্টা হাতত লোৱা হৈছে।
চেনেলটোৰ শুভাৰম্ভৰ প্ৰাক্ ক্ষণত প্ৰথমটো পাঠ হিচাপে prepositions ৰ বিষয়ে প্ৰথম খণ্ডৰ ৰূপত PREPOSITION ৰ ধাৰণা সম্বলিত আলোচনা আগবঢ়োৱা হৈছে।
সকলোৱে আদৰি ললে আমাৰ চেষ্টা সাৰ্থক হ ব । চেনেলটো চাই comment, share আৰু Subscribe কৰিব আৰু Bell ৰ চিনত চুইদিব। তেতিয়া পৰবৰ্তী খণ্ডবোৰৰ পাই থাকিব। সেই উদ্দেশ্যেতে আপোনা সৱৰ ওচৰত অনুৰোধ জনালো।
PREPOSITIONS part :: 01
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: