Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

আনৰ নৈশবাছ কাউন্টাৰত কাম কৰা যুৱকজন এতিয়া প্ৰাণজিৎ ট্ৰেভেলচৰ মালিক | Story of Pranjit Travels

Автор: UPARJAN

Загружено: 2021-10-09

Просмотров: 300070

Описание:

আনৰ নৈশবাছ কাউন্টাৰত কাম কৰা যুৱকজন এতিয়া ট্ৰেভেলচৰ মালিক | Story of Pranjit Travels

তেওঁ এজন সাধাৰণ যুৱক ৷ যি পিতৃৰ মৃত্যুৰ পাছত নৈশ বাছৰ কাউন্টাৰত মাহিলী ৭০০ টকাৰ বেতনেৰে আৰম্ভ কৰিছিল কাম কৰিবলৈ ৷
কিন্তু এনেদৰে কাউন্টাৰত দীৰ্ঘদিন কাম কৰাৰ পাছত তেওঁৰ মন মগজুত খেলালে এক নতুন ধাৰনা ৷ নিজেই এখন বাছ কিনাৰ চিন্তাই তেওঁক কৰি তুলিলে উদগ্ৰীব ৷ আৰু মোমায়েকৰ পৰা ধন ধাৰলৈ আনি কিনি পেলালে এখন চেকেণ্ডহেণ্ড বাছ ৷
ইয়াৰ পাছতো ইটোৰ পাছত সিটো বাধা ৷ বহু প্ৰতাৰণা নেউচি তেওঁ আগুৱাই গ’ল পৰিবহন ব্যৱসায়ী হোৱাৰ দিশত ৷ আৰু এতিয়া তেওঁ প্ৰাণজিৎ ট্ৰেভেলচ নামৰ ১৪ খন বিলাসী নৈশ বাছেৰে ভৰা এটি পৰিবহন কোম্পানীৰ স্বত্তাধিকাৰী ৷
প্ৰাণজিৎ বৰা নামৰ এজন যুৱ ব্যৱসায়ী সংগ্ৰামৰ কাহিনী এয়া ৷ যোৰহাটত জন্ম গ্ৰহণ কৰা গুৱাহাটীৰ নিবাসী প্ৰাণজিৎ বৰাৰ সংগ্ৰামৰ কাহিনী জানো আহক তেওঁৰ মুখেৰেই ৷
uparjan.in

আনৰ নৈশবাছ কাউন্টাৰত কাম কৰা যুৱকজন এতিয়া প্ৰাণজিৎ ট্ৰেভেলচৰ মালিক | Story of Pranjit Travels

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

কেবিনৰ ইপাৰে ৰূপম দত্তৰ জীৱনৰ বহু অজানা কথা |  Cover story with Eva

Podcast with APS Partha Pratim Sharma : কিয় চৰ্চাত নতুন  APS পাৰ্থপ্ৰতিম শৰ্মা?  N18P

কিয় ড্ৰীম বাছ ত্যাগ কৰাৰ সিদ্ধান্ত ল'লে ৰূপম দত্তই?

যোৰহাটৰ যুৱতী তৃষ্ণাৰ জীৱন সলনি কৰিলে কেঁচুয়ে৷ঘৰ চলোৱাৰ পৰা উচ্চ শিক্ষা,নতুন গাড়ী সকলো কেঁচুৰ কাৰণে|

এসময়ত বজাৰত মাছ কটা,মটীয়া কৰা শদিয়াৰ মৌচমৰ এতিয়া ৬খন বাছ,ডাম্পাৰ,বিভিন্ন ব‍্যৱসায়।Mechuka Super

মোক মাৰি পেলাব বুলি ভাবিছিলো😭 মই মোৰ মাৰ লগত ভিক্ষা ও খুজিছিলো😱 Ft. Bipin Chawdang

চাকৰি এৰি  অহা এজন যুৱক আৰু তেওঁৰ উচ্চ শিক্ষত পত্নীৰ সংগ্ৰমাৰ কাহিনী এয়া | TMH

নতুন Sleeper বাছ কিনি ঝাৰখণ্ডৰ পৰা অসমলৈ 🚌 - Episode 1 : Jharkhand to Assam by three brand new Buses

ড্ৰাইভাৰ হলেও শিক্ষিত হওক: ৰূপম দত্ত

ড্ৰাইভাৰ হলেও শিক্ষিত হওক: ৰূপম দত্ত

পদপথত মাছ বিক্ৰী কৰা চৰাইদেউৰ দিলীপ গগৈয়ে গুৱাহাটীত গঢ়িলে এখন ব্যৱসায়িক সাম্ৰাজ্য। Pranjal Gogoi

Assam's BRAND New VOLVO 9600 | JoonMoon Express Inaugural Vlog | Guwahati to Sivasagar via Kaziranga

Hema Malini in Nalbari Rakh - চাওঁক কি কথা পাতিলো

এগৰাকী কঠোৰ পৰিশ্ৰমী ব্যৱসায়ীৰ জীৱন কাহিনী | Wood Berry

5 Star Bus in Assam - অসমত প্ৰথম বাৰ এনেকুৱা বাছ পাগল হৈ যাম

কেৰেলাৰ পৰা ঘূৰি ধেমাজিৰ জিতু গগৈয়ে গাঁৱতে গঢ়িলে বিশাল ফাৰ্ম ৷ ১০ মাহত ১৪ লাখ টকাৰ উপাৰ্জন ৷

বাৰে বাৰে ব্যৱসায়ত বিফল হৈও হাৰ নামানিলে মহেন্দ্ৰ বৰাই |  anuraag dhaba

কাৰাগাৰত কি অৱস্থাত আছে ৭ অভিযুক্ত?

কাৰাগাৰত কি অৱস্থাত আছে ৭ অভিযুক্ত?

ড্ৰাইভাৰ, হেণ্ডিমেন আৰু কণ্ডাক্টৰৰ শোকাৱহ জীয়া কাহিনী, হুকহুকাই কান্দি উঠিল ৰূপম দত্ত

24 বছৰ বয়সতে ৬ খন চুপাৰ,৭খন বাছ বিকাশ দাস কোন? BIKASH DAS॥BIKASH DAS NIGHT SUPER।Pranjal Gogoi

"বিনামূলীয়া ধাবা" কাৰ কাৰ বাবে বিনামূলীয়া ?

© 2025 dtub. Все права защищены.

  • Контакты
  • О нас
  • Политика конфиденциальности

Контакты для правообладателей: [email protected]