Скачать
#AustraHind
Автор: DD News Assamese
Загружено: 2025-10-22
Просмотров: 208
Описание:
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যৌথ সামৰিক অনুশীলন 'অষ্ট্ৰাহিন্দ'ৰ চতুৰ্থ সংস্কৰণ পাৰ্থত অব্যাহত আছে। ১৩ অক্টোবৰৰ আৰম্ভ হোৱা এই সামৰিক অনুশীলন ২৬ অক্টোবৰলৈ চলিব। এই যৌথ সামৰিক অনুশীলনত চহৰ আৰু অৰ্ধ-চহৰ অঞ্চলত সন্ত্ৰাসবাদ বিৰোধী অভিযানত গুৰুত্ব প্ৰদান কৰা হৈছে। আনহাতে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা বাহিনীয়ে প্ৰত্যাহ্বানমূলক পৰিস্থিতিত চলোৱা অভিযানৰো অনুশীলন কৰা হৈছে। এই যৌথ সামৰিক অনুশীলনে দুয়োখন দেশৰ সামৰিক অংশীদাৰিত্ব, সহযোগিতা আৰু সম্পৰ্ক আৰু অদিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
#AustraHind #IndiaAustraliaJointMilitaryExercise #indianarmy #Perth #ddnewsassamese #ddnewsassam
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: