অসমৰ সংগীত জগতৰ যশস্বী সংগীত পৰিচালক/গীতিকাৰ/সুৰকাৰ,প্ৰবীণ শিল্পী দশৰথ দাসে ইহসংসাৰৰ পৰা মেলানি মাগে
Автор: Newsuncut
Загружено: 2023-10-22
Просмотров: 22
অসমৰ সংগীত জগতৰ যশস্বী সংগীত পৰিচালক/গীতিকাৰ/সুৰকাৰ, অসম চৰকাৰৰ দ্বাৰা ব্ৰজনাথ শৰ্মা বঁটাপ্ৰাপক প্ৰবীণ শিল্পী দশৰথ দাসে সকলোকে কন্দুৱাই ইহসংসাৰৰ পৰা মেলানি মাগে। আজি ৰাজ্যিক মৰ্যদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়।অজস্ৰ গুণমুগ্ধৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস স্থানীয় পাৰিষদ মন্টু বড়ো আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জনায়।
আমি NEWS UNCUT ৰ তৰফৰ পৰাও মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: