মান ধনিয়াৰ যত্ন | How to Take Care of Sawtooth Coriander | Organic Farming | It’s My Lifestyle
Автор: Rupanjali Ronganoi
Загружено: 2025-07-21
Просмотров: 368
মাটি নেথাকিলেও বাৰান্দা অথবা ছাদ অলপ থাকিলে শাকনি/পাছলি বাৰীৰ লগতে দুজোপামান মানধনিয়া ৰুই ললে মনটো ভাল লাগে ৷ শৰীৰ ব্যস্ত হৈ থাকিলে মনে জিৰণী পায় ৷ মাজে-সময়ে বন্ধৰ দিনত নিজৰ বাৰীখনত কাম কৰিলে বেলেগে ব্যায়াম কৰাৰ প্ৰয়োজনেই নাই ৷ কাৰণ পুলিবোৰত সদায়ে পানী দিয়া,বন নিৰোৱা,সাৰ দিয়া এইবোৰো একোটা ব্যায়াম ৷
১.Balcony Tour | | Season Flowers & Vegetables | কণমানি ফুলনিখন চাওক | It’s My Lifestyle
• Balcony Tour | | Season Flowers & Vegetabl...
২.ভোট জলকীয়া ছিঙিলোঁ | King Chilli | My Lifestyle
• ভোট জলকীয়া ছিঙিলোঁ | King Chilli | My Life...
৩.বাৰীৰ শাক-পাছলি ছিঙিলো | Lockdown & Organic Vegetables | It’s My Life Style
• বাৰীৰ শাক-পাছলি ছিঙিলো | Lockdown & Organi...
৪.শাকনি বাৰী Kitchen Garden at Home | Organic Green Vegetables | লকডাউন ডায়েৰী | It’s My Lifestyle
• শাকনি বাৰী Kitchen Garden at Home | Organ...
৫.লাইশাক আৰু গাহৰি মাংস | কিডনী পাত্থৰ আৰু দুপৰটেঙাৰ ৰস | Ethnic Food | Pork Recipe
• লাইশাক আৰু গাহৰি মাংস | কিডনী পাত্থৰ আৰু দ...
৬. সাৰো হ’ল, বাকচো ভৰিল,ধনিয়া খেতিও হ’ল | How to Fill Grow Box | Terrace Gardening
• সাৰো হ’ল, বাকচো ভৰিল,ধনিয়া খেতিও হ’ল | How...
Facebook / rupanjalironganoi
Store https://www.amazon.in/shop/rupanjalir...
Thank you for watching my video and hit the like button.
Please subscribe my You Tube channel and share my video with your family friends.
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: