Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

LIVE | জনমত সমীক্ষাক কেন্দ্ৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি ! Congressৰ বিৰুদ্ধে পুনৰ ভুৱা প্ৰচাৰৰ অভিযোগ।

Автор: News18 Assam/Northeast

Загружено: 2026-01-17

Просмотров: 2

Описание:

LIVE | কংগ্ৰেছৰ অফিচিয়েল ছ’চিয়েল মিডিয়া পেজত প্ৰকাশ কৰা ভোট ভাইবৰ জনমত সমীক্ষাৰ তথ্য সঠিকভাৱে উপস্থাপন কৰা হোৱা নাই বুলি একাংশই অভিযোগ তুলিছে। ভোট ভাইবে প্ৰকাশ কৰা জনমত সমীক্ষা অনুসৰি, অসমৰ জনসাধাৰণে এইবাৰ স্পষ্টভাৱে পৰিৱর্তন বিচাৰিছে। সমীক্ষাৰ তথ্য মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই মহিলা আৰু পুৰুষ দুয়ো শ্ৰেণীৰ ভোটাৰৰ মাজত উল্লেখযোগ্য সমৰ্থন লাভ কৰিছে। তথ্য অনুসৰি, হিমন্ত বিশ্ব শর্মাক সমৰ্থন আগবঢ়োৱা মহিলা ভোটাৰৰ হাৰ হৈছে ৩৩ শতাংশ আৰু পুৰুষ ভোটাৰৰ হাৰ ২৯ শতাংশ। আনফালে, কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে মহিলা ভোটাৰৰ মাজত ৩৫ শতাংশ আৰু পুৰুষ ভোটাৰৰ মাজত ৩২ শতাংশ সমৰ্থন লাভ কৰিছে বুলি সমীক্ষাত উল্লেখ কৰা হৈছে। ভোট ভাইবৰ বিস্তৃত বিশ্লেষণ অনুসৰি, ৰাজ্যৰ প্ৰায় ৫৫ শতাংশ মহিলা ভোটাৰৰ প্ৰথম পছন্দ হিমন্ত বিশ্ব শর্মা। কিন্তু এই গুৰুত্বপূৰ্ণ তথ্য কংগ্ৰেছে নিজৰ অফিচিয়েল পেজত আপলোড কৰা সমীক্ষাত স্পষ্টভাৱে উল্লেখ কৰা নাছিল। বিপৰীতে ভিন্ন ৰূপতহে উপস্থাপন কৰা অভিযোগ উত্থাপিত হৈছে। ৰাজনৈতিক পৰ্যবেক্ষক আৰু বিশ্লেষকসকলৰ মতে, জনমত সমীক্ষা আংশিক বা উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰকাশ কৰিলে ভোটাৰৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। এনে কাৰ্যই নিৰ্বাচনী পৰিৱেশক প্ৰভাৱিত কৰাৰ লগতে গণতান্ত্ৰিক প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

#congress #gauravgogoi #assampolitics #himantabiswasarma #bjp
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia

News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.

দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত

Download our News18 Mobile App - https://onelink.to/desc-youtube

Please follow up page to watch live and breaking news with latest videos added very hour.

To subscribe our channel click here https://tinyurl.com/y5ymz4jk

Please visit our website https://bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.

Get latest news updates as they happen on your phone, Download our app: Android: http://bit.ly/2ussJls , iPhone: http://apple.co/2usJEEm

To subscribe our channel click here https://tinyurl.com/y5ymz4jk

LIVE | জনমত সমীক্ষাক কেন্দ্ৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি ! Congressৰ বিৰুদ্ধে পুনৰ ভুৱা প্ৰচাৰৰ অভিযোগ।

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

‘বিশ্ব দৰবৰাত বাগুৰুমবা’ | আকৌ এবাৰ বিশ্বৰ সমুখত উজলিব অসম | Bagurumba world record

‘বিশ্ব দৰবৰাত বাগুৰুমবা’ | আকৌ এবাৰ বিশ্বৰ সমুখত উজলিব অসম | Bagurumba world record

Beautiful Relaxing Peaceful Music, Calm Music 24/7,

Beautiful Relaxing Peaceful Music, Calm Music 24/7, "Tropical Shores" By Tim Janis

সৰুসজাইত বাগৰুম্বাৰ চূড়ান্ত আখৰা। উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা LIVE

সৰুসজাইত বাগৰুম্বাৰ চূড়ান্ত আখৰা। উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা LIVE

MiniPC za 2000PLN SPALONY! Blackview MP200 PADŁ :(

MiniPC za 2000PLN SPALONY! Blackview MP200 PADŁ :(

EWTN Polska | Adoracja z Niepokalanowa

EWTN Polska | Adoracja z Niepokalanowa

LIVE | বঙাইগাঁও,ধুবুৰীৰ DCও সংখ্যালঘুৰ হ’ব লাগিব বুলি উচটনিমূলক মন্তব্য Rejaul Karim Sarkarৰ | N18L

LIVE | বঙাইগাঁও,ধুবুৰীৰ DCও সংখ্যালঘুৰ হ’ব লাগিব বুলি উচটনিমূলক মন্তব্য Rejaul Karim Sarkarৰ | N18L

LIVE | Astrology 2026 | Horoscope | অৱসৰ ল'ব নেকি দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? N18L

LIVE | Astrology 2026 | Horoscope | অৱসৰ ল'ব নেকি দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? N18L

ПОСЛЕДСТВИЯ ДИЗЕЛЬГЕЙТ

ПОСЛЕДСТВИЯ ДИЗЕЛЬГЕЙТ

Prawdziwy Powód, Dlaczego Psy CIĘ LIŻĄ (Szokujące!)

Prawdziwy Powód, Dlaczego Psy CIĘ LIŻĄ (Szokujące!)

NIEMCY PRZYZNAJĄ SIĘ do BŁĘDU! | TRUMP traci KONTROLĘ, a PORT HALLER to MRZONKA? #BizWeek

NIEMCY PRZYZNAJĄ SIĘ do BŁĘDU! | TRUMP traci KONTROLĘ, a PORT HALLER to MRZONKA? #BizWeek

NEWS18 ASSAM NE LIVE | Bagurumba World Record | PM Modi to Visit Assam | Assam Election 2026

NEWS18 ASSAM NE LIVE | Bagurumba World Record | PM Modi to Visit Assam | Assam Election 2026

LIVE |  ‘বিশ্ব দৰবৰাত বাগুৰুমবা’ | আকৌ এবাৰ বিশ্বৰ সমুখত উজলিব অসম | N18L

LIVE | ‘বিশ্ব দৰবৰাত বাগুৰুমবা’ | আকৌ এবাৰ বিশ্বৰ সমুখত উজলিব অসম | N18L

Лукашенко реально оторвать от Путина — пока не поздно. План Астапени

Лукашенко реально оторвать от Путина — пока не поздно. План Астапени

„Wreszcie mamy coś, co wygląda na przełom!” | 7 metrów pod ziemią

„Wreszcie mamy coś, co wygląda na przełom!” | 7 metrów pod ziemią

LIVE | ‘মিঞাৰ সন্তানে উত্তৰ দিব লাগিব শিৱসাগৰক’- পুনৰ Rejaul Karim Sarkarৰ হুংকাৰ |

LIVE | ‘মিঞাৰ সন্তানে উত্তৰ দিব লাগিব শিৱসাগৰক’- পুনৰ Rejaul Karim Sarkarৰ হুংকাৰ |

Europa vs. USA! Będzie wojna o Grenlandię? To koniec NATO? — Marek Budzisz i Piotr Zychowicz

Europa vs. USA! Będzie wojna o Grenlandię? To koniec NATO? — Marek Budzisz i Piotr Zychowicz

LIVE | হঠাৎ International Space Stationত হাহাকাৰ! অসমৰ জোৱাই সহ ৪ মহাকাশচাৰী উভতিল পৃথিৱীলৈ N18G

LIVE | হঠাৎ International Space Stationত হাহাকাৰ! অসমৰ জোৱাই সহ ৪ মহাকাশচাৰী উভতিল পৃথিৱীলৈ N18G

Ziemkiewicz MIAŻDŻY reformy Nowackiej: to tresowanie niewolników, a nie szkoła!

Ziemkiewicz MIAŻDŻY reformy Nowackiej: to tresowanie niewolników, a nie szkoła!

LIVE |  ‘বিশ্ব দৰবৰাত বাগুৰুমবা’ | আকৌ এবাৰ বিশ্বৰ সমুখত উজলিব অসম | N18L

LIVE | ‘বিশ্ব দৰবৰাত বাগুৰুমবা’ | আকৌ এবাৰ বিশ্বৰ সমুখত উজলিব অসম | N18L

Ludzie Nawrockiego nie radzą sobie z Sikorskim.

Ludzie Nawrockiego nie radzą sobie z Sikorskim. "Trwa walka frakcji" | Dzieje się 16.01.25

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: infodtube@gmail.com