Скачать
                
            
            
                    
                My first video || কৰ্মই জীৱন ||Kormoi jeeban || Dhrubajyoti
Автор: কৰ্মই জীৱন Kormoi Jeeban
Загружено: 2022-06-07
Просмотров: 1569
Описание:
                
                    
                
            
        My first video ||  কৰ্মই জীৱন ||Kormoi jeeban || Dhrubajyoti
Sales ৰ লগত জড়িত হৈ কিদৰে আগবাঢ়িব পাৰি ।Sales ৰ লগত জড়িত হৈও কোনখিনি ঠাইত থমকি ৰ'ব লগীয়া হয় ।কিদৰে Sales life টো Enjoy কৰিব ।কি কাৰণে Sales ৰ সৈতে জড়িত হ'ব লাগে।Sales ত কিদৰে উপকৃত হ'ব পাৰি ।Sales ৰ লগতে Vlog ৰ মজাও মোৰ video ত পাই থাকিব ।Sales ৰ লগেত জড়িত সকলোবোৰ video ৰ লগতে ব্যক্তিগত আলাপ-আলোচনাও মোৰ video ত হৈ থাকিব ।Vlog ৰ পৰা বহুতো কথা জানিব পাৰিব বুলি আশা থাকিল ।মনৰ ভিতৰত সাচি ৰখা প্ৰশ্নবোৰৰ উত্তৰো মই দিবলৈ যত্ন কৰি যাম ।বহুতো নতুনত্বক লৈ আগন্তুক দিনত video আগবঢ়াই যাম ।
#কৰ্মইজীৱন  #Kormoijeeban #dhrubajyoti #Myfirstvideo                
 
                Доступные форматы для скачивания:
Скачать видео mp4
- 
                                Информация по загрузке: