Hey Mai Jasoda Hey (হে মাই যশোৱা হে) - by Bhupen Hazarika
Автор: Assamese Old Songs অসমীয়া পুৰণি গীত
Загружено: 2018-07-19
Просмотров: 102453
Assamese song of Bhupen Hazarika /Music by Bhupen Hazarika /Film : Moniram Dewan (1964)/ Lyrics of the song :
হে মাই যশোৱা হে
মাই হেৰে যশোৱা
আমাক লাগিয়া
অলপ তোৰ মৰমো নাই
এ মাই যশোৱা এ !
তোৰে ঘৰে আসি গৰু চাৰি ফুৰোঁ
কৰেকৰা ভাত খাই
মাই যশোৱা এ
মাই হেৰে যশোৱা
আমাক লাগিয়া
অলপ তোৰ মৰমো নাই
এ মাই যশোৱা এ
কাঠবাঁজী বুলি জগতে হাসয়
দেখিও সুমৰা হৰি
তোৰে ঘৰে আসি
পুত্র উপজিলোঁ
ইটো দুখ দূৰ কৰি
মাই যশোৱা এ
মাই হেৰে যশোৱা
আমাক লাগিয়া
অলপ তোৰ মৰমো নাই
এ মাই যশোৱা এ
একতোলা সোণাৰে
বাঁহী গঢ়ে নেদা
ৰাজেপটেশ্বৰী হুই
দুয়ো ওঁঠ ফাটি তেজ বৈ যাই
বাঁহৰে বাঁহী বাজন্তে মাই যশোৱা এ
মাই হেৰে যশোৱা
আমাক লাগিয়া
অলপ তোৰ মৰম নাই
হে মাই যশোৱা এ
মাই যশোৱা এ।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: