তুমি বিয়া হৈছানে ? এনেবোৰ কথা বড়ো ভাষাৰ পৰা অসমীয়াত অনুবাদ।
Автор: Assam Channel Rajbangshi
Загружено: 2023-10-04
Просмотров: 2141
তুমি বিয়া হৈছানে ? এনেবোৰ কথা বড়ো ভাষাৰ পৰা অসমীয়াত অনুবাদ।
বড়ো ভাষাত পৰিচয় সম্বন্ধ কাক কি মাতিব লাগে এইবিলাক আজি আমি অলপ শিকালোঁ।
অসমৰ চাৰিখন জিলা BTAD Area ত থকা কোকৰাঝাৰ ,ওদালগুৰি ,বাক্সা আৰু চিৰাং এই কেইখন জিলাত বড়ো ভাষাত ঠিক এনেকৈ কথা পাতে।
assam channel rajbangshi
Assam Channel Rajbangshi
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: