কাইলৈ প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা নৃত্য...
Автор: Pratidin Time
Загружено: 2026-01-15
Просмотров: 7172
কাইলৈ প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা নৃত্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা। এই অনুষ্ঠানৰ বাবে ২৩ খন জিলাৰ শিল্পীয়ে আজি সৰুসজাইত চলাইছে চূড়ান্ত অনুশীলন। সৰুসজাইৰ পৰা এক প্ৰতিবেদন।
#PratidinTime #AssamNews #bagurumba #guwahati #NarendraModi
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: