অৰুণাচলৰ হাইলংত দুৰ্ঘটনা হোৱা মৃতদেহৰ উদ্ধাৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি।
Автор: NDS News
Загружено: 2025-12-13
Просмотров: 20821
অৰুণাচলৰ হাইলংত দুৰ্ঘটনা হোৱা মৃতদেহৰ উদ্ধাৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি।
যোৱা ৮ ডিচেম্বৰ ২০২৫ তাৰিখে হাইলংত দূৰ্ঘটনা ক্ৰমে শ্ৰমিক কঢ়িয়াই নিয়া গাড়ীখন পাহাৰৰ তলত বাগৰি পৰে.. NDRF আৰু 9 Madras Regiment ৰ দলে দিনে নিশাই অহৰহ কষ্ট কৰি উদ্ধাৰ অভিযান চলাই বৰ্তমানলৈকে ১৭ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আজি নিশাটো আৰু কাইলৈ দিনৰ ভিতৰত বাকী সমূহ উদ্ধাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।
#ndsnews #assam #northeastindia #viralvideo #2025
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: