দিন দিন নদীকে Din Din Nodike- Nilima Khatun
Автор: সুৰৰ নিজৰা
Загружено: 2022-09-30
Просмотров: 6666
কথা: ডঃ নিৰ্মলপ্ৰভা বৰদলৈ
সুৰ: প্ৰভাত শৰ্মা
কণ্ঠ: নীলিমা খাটুন
Assamese old songs with lyrics
Din Din Nodike Sai Rolu Je
Vocal: Nilima Khatun
Lyrics: Dr Nirmalprabha Bordoloi
আমাৰ চিনাকি মৰমৰ গীতখিনিক শুদ্ধৰূপত আগবঢ়াই দিয়াৰ এয়া এক প্ৰয়াস৷ প্ৰতিটো শব্দ একান্ত মনে শুনি যতসম্ভৱ শুদ্ধকৈ উপস্থাপন কৰাৰ যত্ন কৰিছো৷ তথাপি যদি কিবা ভুল থাকি যায় আঙুলিয়াই দিলে শুধৰণিৰ বাবে বিবেচনা কৰা হ’ব৷ ব্যৱহৃত ফটো আৰু গীতসমূহৰ কপিৰাইট যথাস্থানতে আছে, আমি সেয়া দাবী কৰা নাই৷ মাত্ৰ কিছুমান গীতৰ Pitch correction কৰা হৈছে৷ সেয়াও কাণেৰে শুনিহে কৰা হৈছে, গতিকে অতি সামান্য ইফাল সিফাল হ’ব পাৰে৷
#bitupanbarua
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: