Assam direct recruitment important gk question part - 2
Автор: Study Sahay
Загружено: 2022-07-13
Просмотров: 231
Assam direct recruitment 2022-23
Telegram Channel ( Study Sahay) - https://t.me/studysahay
important Books Buy link 👇👇👇
Assam Direct Recruitment নিয়োগ দৰ্পণ - https://amzn.to/3N0UGYB
Mathematics- https://amzn.to/3zPUV66
English - https://amzn.to/3tN03E6
Master Reasoning - https://amzn.to/3HDWXbh
GK book - https://amzn.to/3HCLRTS
#নিয়োগদৰ্পন
#studysahay
(১) অসমত মুঠ জিলাৰ সংখ্যা কিমান?
(২) অসমত মুঠ মহকুমাৰ সংখ্যা কিমান?
(৩) অসমত মুঠ আৰক্ষী থানা কিমানখন?
(৪) অসমত মুঠ চহৰ কিমানখন?
(৫) অসমত মুঠ ৰাজহ চক্ৰ কেইটা?
(৬) অসমত মুঠ উন্নয়নখণ্ড কিমানটা ?
(৭) অসমত মুঠ পৌৰসভা কেইখন?
(৮) অসমত মুঠ গাঁৱৰ সংখ্যা কিমান?
(৯) অসমত মুঠ গাঁও পঞ্চায়ত কিমানখন?
(১০) অসমত কিমানখন আই আই টি আছে?
(১১) অসমত কিমানখন এন আই টি আছে?
(১২) অসমত কিমানখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে?
(১৩) অসমত কিমানখন উচ্চ মাধ্যমিক বিদ্যালয় আছে?
(১৪) অসমত কিমানখন প্রাথমিক বিদ্যালয় আছে?
(১৫) অসমত কিমানখন উচ্চ প্রাথমিক বিদ্যালয় আছে?
(১৬) অসমত কিমানখন মাদ্ৰাছা আছে?
(১৭) অসমত কিমানখন সংস্কৃত টোল (প্রাদেশীকৃত)
আছে?
(১৮) অসমত কিমানখন আইন মহাবিদ্যালয় আছে?
(১৯) অসমত কিমানখন কৃষি আৰু বন মহাবিদ্যালয়
আছে?
(২০) অসমত কিমানখন প্রযুক্তি আৰু অভিযান্ত্রিক
মহাবিদ্যালয় আছে?
(২১) অসমত কিমানখন মেনেজমেন্ট শিক্ষায়তন
আছে?
(২২) অসমত কিমানখন আর্কিটেকচাৰ আৰু হোটেল
মেনেজমেণ্ট শিক্ষায়তন আছে?
(২৩) অসমত কিমানখন পলিটেকনিক অনুষ্ঠান আছে?
(২৪) অসমত কিমানখন বিশ্ববিদ্যালয় আছে?
(২৫) অসমত কিমানখন চৰকাৰী মহাবিদ্যালয় আছে?(২৬) অসমত কিমানখন প্রাদেশীকৃত মহাবিদ্যালয়
আছে?
(২৭) অসমত কিমানখন জুনিয়ৰ কলেজ আছে?
(২৮) অসমত কিমানখন পশু চিকিৎসা মহাবিদ্যালয়
আছে?
(২৯) অসমত কিমানখন চৰকাৰী হস্পিতাল আছে?
(৩০) অসমত কিমানখন যক্ষ্মা ৰোগৰ চিকিৎসালয় আছে?                
 
                Доступные форматы для скачивания:
Скачать видео mp4
- 
                                Информация по загрузке: