আজি ভজো কাইলৈ ভজো | Aji Bhoju Kailoi Bhoju | Lyrics | Manoj Jha | Priti Lagnik Mahotsav
Автор: GOUTAM NEOGEE
Загружено: 2025-12-30
Просмотров: 57609
Aji Bhoju Kailoi Bhoju performed by The White Band at Priti Lagnik Mahotsav, Gossaigaon | 21/12/2025
Lyrics......
আজি ভজো কাইলৈ ভজো আলস্যতে দিন যায় ।
এনে সুন্দৰ নৰ দেহা যমে লৈয়া যায় ।।
প্রথমে প্ৰণামো ব্রহ্ম ৰূপী সনাতন ।
সর্ব অবতাৰৰ কাৰণ নাৰায়ণ ।।
আজি ভজো.....
তযুনাভি কমলতে ব্রহ্মা ভৈলা জাত ।
যুগে যুগে অবতাৰ ভৈলা অসংখ্যাত।।
আজি ভজো........
তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ ।
আকুলৰ কূল তুমি ঠাকুৰ অনুকূল ।
আজি ভজো..........
হেন জানি নৰগণ এৰি আন কাম ।
সবে মিলি লৈলা ঠাকুৰ অনুকূলৰ নাম ।।
আজি ভজো কাইলৈ ভজো
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: