AMCক নিকা হবলৈ আহ্বান হিন্দু ক্ৰান্তি দল অসমৰ
Автор: RVTV
Загружено: 2024-08-03
Просмотров: 24
AMCক নিকা হবলৈ আহ্বান হিন্দু ক্ৰান্তি দল অসমৰ ।
BDM enterprises ঠিকাদাৰী প্ৰতিষ্ঠানক ব্লেক লিষ্টেড্ কৰিবলৈ AMC ৰ অধ্যক্ষ আৰু অধীক্ষক লিখিত অভিযোগ পত্ৰ প্ৰদান।
মানসিকভাৱে বাধাগ্রস্ত যুৱতীক BDM Enterprises ৰ কৰ্মচাৰী মুজিবুৰ ৰহমানে যৌন নির্যাতন চলোৱা ঘটনা সম্পর্কে হিন্দু ক্ৰান্তি দল অসমৰ ফালৰ নিজাববীয়াকৈ চলোৱা অনুসন্ধানৰ তথ্য সম্পৰ্কে অৱগত কৰিবলৈ আজি ডিব্ৰুগড় মিলন নগৰস্থিত হোটেল মায়াবিণীত এক সংবাদ মেল সম্বোধন কৰে।
AMCH ত কামৰ out sourcing ৰ নামত চিণ্ডিকেট বা বৃহৎ অংকৰ কমিচনৰ
খেল চলি আছে প্ৰশ্ন উত্থাপন কৰে। AMCH ক নিকা কৰিবলৈ হিন্দু ক্রান্তি দল অসম বদ্ধ পৰিকৰ আৰু এই কাম সম্পূর্ণ নোহোৱালৈকে সংগঠনটো শান্ত হৈ বহি নাথাকে বুলি উল্লেখ কৰি AMCH তেই হওঁক বা ডিব্ৰুগড়ৰ অন্য স্থানতেই হওক, out sourcing ৰ ঠিকাৰ বাবে Tender লাভ কৰা কোম্পানী সমূহলৈ সংগঠনৰ স্পষ্ট সকিয়ণী-প্ৰদান কৰি কয় যে ডিব্ৰুগড় জিলাৰ থলুৱা যুৱক-যুৱতীৰ বাদে অন্য স্থানৰ সন্দেহ জনক নাগৰিক কৰ্মত নিয়োগ কৰে তেন্তে সংগঠনৰ ফালৰ পৰা সাংগঠনিক ষ্টাইলত শিক্ষা দিয়া হ'ব বুলি সকিয়নী দিয়ে হিন্দু ক্রান্তি দল অসমৰ ৰাজ্যিক সমিটিয়ে।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: