Centenary Jublee Inauguration/শতবৰ্ষ উদ্ধোধনী অনুষ্ঠান/ Bihpuria MV School
Автор: Ajit Doley Official
Загружено: 2025-12-20
Просмотров: 120
বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ উদ্ধোধনী অনুষ্ঠান 13 ডিচেম্বৰ 2025 শনিবাৰে অনুষ্ঠিত কৰা হয়। 1927 চনত প্ৰতিষ্ঠিত বিহপুৰীয়া মজলীয়া বিদ্যালয়ে 2026 চনত 100 বছৰ সম্পূৰ্ণ হৈছে। সেয়ে বিদ্যালয়খন 2026-27 বৰ্ষটো শতবৰ্ষ হিচাপে গণ্য কৰা হৈছে।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: