#Please
Автор: Musicmasterproduction
Загружено: 2025-09-02
Просмотров: 27
#Please come and see the video and do share subscribe like and comment
অসমৰ পৰম্পৰা আশা আকাংক্ষাৰ প্ৰতীক বৰ্ষাকাল আৰু ইফালে আঘোণ মাহ। সেইয়া এতিয়া মূল পথাৰত বিৰল। ইয়াৰ ফল সকলো সমস্যাৰ মূল। গতিকে এই গীতৰ দ্বাৰা নৱ প্ৰজন্মক এক আত্মিক উপলব্ধি দিবলৈ বিচৰা হৈছে। আমি বাপটিসাহন কৃষিক এৰি স্বনিৰ্ভৰশিল হ'ব নোৱাৰোঁ। গতিকে এই গীতৰ দ্বাৰা অনুপ্ৰাণিত হৈ মূল সমস্যা বুজি উঠে তেতিয়া মই সাৰ্থক হোৱা বুলি ভাৱিম।
#assamese
#assamesemusic
#sensational
#One horn Rhino of Assam
#kaziranga
#Bihu dance
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: