Assamese hand woven Chaddar-Mekhela Design-Part 1/হাতে বোৱা চাদৰ-মেখেলা ।
Автор: Ana's Wonderland
Загружено: 2020-08-09
Просмотров: 68274
নমস্কাৰ বন্ধু বান্ধৱী সকল। আজি মই আপোনালোকলৈ লৈ আহিছো কেইজোৰমান হাতে বোৱা চাদৰ মেখেলা design। সকলোখিনি মই বোৱা নহয়। মা আৰু মই দুইগৰাকী লগ হৈ বোৱা। আশা কৰো ভিডিও টো চাই ভাল পাব। ভাল পালে লাইক কমেন্ত কৰিব আৰু মোৰ চেনেলটো subscribe কৰিবলৈ নাপাহৰিব।
======
প্ৰথম জোৰ কাপোৰ পদ্মীনি সূতাৰ।
দ্বিতীয় জোৰ কাপোৰ পদ্মীনি সূতাৰ।
তৃতীয় জোৰ কাপোৰ থাইলেণ্ড সূতাৰ।
চতুৰ্থ জোৰ কাপোৰ পদ্মীনি সূতাৰ।
পঞ্চম জোৰ কাপোৰ পদ্মীনি সূতাৰ।
======
• Assamese Hand woven chaddar-mekhela Design...
======
#AssameseChaddarMekhela
#AxomiaKapurDesign
#HateBuaKapoor
#NotunHateBuaKapoor
#AssameseAttire
#ChaddarMekhela
#GhorotBuaKapoor
#HandwovenChaddarMekhela
#Weaving
#KapurDesign
=====
ধন্যবাদ।😊🙏
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: