জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই উত্তৰ বঙাইগাঁও BOC Gate Chowk নামটো সলনি কৰি Zubeen Garg Chowk কৰা হয়
Автор: Bongaigaon Times
Загружено: 2025-11-18
Просмотров: 1309
আজিৰে পৰা BOC Gate Chowk হল Zubeen Garg Chowk !!
হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই জুবিন গাৰ্গ স্মৃতি ৰক্ষা সমিতিৰ আবেদনত বঙাইগাঁও পৌৰসভাই উত্তৰ বঙাইগাঁও স্থিত BOC Gate Chowk নামটো সলনি কৰি Zubeen Garg Chowk নামেৰে নামাকৰণ কৰে।
বৰপেটা সমষ্টিৰ সাংসদ ফণী ভূষণ চৌধুৰীৰ উপস্থিতিত Zubeen Garg Chowk-ৰ ফলক মুকলি কৰা হয়। লগত উপস্থিত থাকে বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাস আৰু আন বিশিষ্ট অতিথি সকল।
#bongaigaontimes #bongaigaon_assam #Bongaigaon #news #ZubeenGarg
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: