Tumarehe Sobitike - Beauty Sharma Barua | Official Video | Poet Chandradhar Barua | Amiyo Dhar Barua
Автор: Beauty Sharma Barua
Загружено: 2023-12-11
Просмотров: 47
The song was originally sung by Beauty Sharma Barua in the year 1974 for the famous Drama "Meghnad Badh" written by Chandradhar Barua, eminent writer, poet , dramatist and lyricist from Assam of Jonaki Era. He was also the 2nd President of Assam Sahitya Sabha.
The song was sung on the 100th Birth Anniversary of Poet Chandradhar Barua.
কন্ঠ -- বিউটী শৰ্মা বৰুৱা।
গীতৰ কথা - কবি চন্দ্ৰধৰ বৰুৱা।
সুৰ -- অমীয় ধৰ বৰুৱা ।
সংগীত -- ভুপেন উজীৰ।2023.
তোমাৰহে ছবিটিকে
দেখো মাথো যেনি চাও,
তোমাৰেহে কথা ভাবি
ভাবতে ওপঙি যাও।।
দেখিলে বিভোৰ হওঁ
নিজকে পাহৰি যাও
তধা লাগি চাই চাই
কিবা বুলি কিবা কওঁ।।
এফেৰি আঁতৰি গলে
একো যুগ একো কালে
নাজানো কিহেৰে টানা
যতে থাকোঁ উৰি যাও।।
তোমাৰেহে কথা ভাবি
ভাৱতে ওপঙি যাও,
তোমাৰেহে ছবিটিকে
দেখো মাথো যেনি চাও।।
------------------
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: