হৃদয়স্পৰ্শী!ৰাজনীতিৰ উৰ্দ্ধত গৈ মাজুলীৰ মাকৰ মৰম বিচাৰি পালে লুৰীণজ্যোতিয়ে
Автор: NorthEast Now
Загружено: 2022-03-06
Просмотров: 302304
হৃদয়স্পৰ্শী!ৰাজনীতিৰ উৰ্দ্ধত গৈ মাজুলীৰ মাকৰ মৰম বিচাৰি পালে লুৰীণজ্যোতি গগৈয়ে। দেওবাৰে মাজুলীৰ মাতৃসম চুনু দাসৰ পৰা কুচিয়া মাছ উপহাৰ পালে পুত্ৰসম লুৰীণজ্যোতিয়ে। সঁচাকৈ আইৰ সমান হ'ব কোন নৈৰ সমান ব'ব কোন? লুৰীণজ্যোতিৰ মাতৃ দুলু গুচি গ'ল
কিন্তু মাতৃ হৈ চুনু দাস এতিয়াও কাষতে আছে।
#LurinJyotiGogoi #DuluGogoi #Majuli #Son
Like, share and subscribe our channel.
Follow us on:
Facebook - / nenownews
Twitter - / nenownews
Instagram - / nenownews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: