জুবিন গাৰ্গৰ হত্যা শক্তিশালী মানুহে কৰিছে! || Aboyob Bhuyan
Автор: truth by Aboyob Bhuyan
Загружено: 2025-11-25
Просмотров: 14929
👉🏻 হিমন্ত হিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, ৰিণিকি ভূঞা নে পৱিত্ৰ মাৰ্ঘেৰিটা?
👉🏻 জুবিন গাৰ্গ হত্যাৰ আঁৰত কোন শক্তিশালী লোক থকাৰ কথা কৈ আছে একাংশই?
👉🏻 জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি সদনৰ মজিয়াত স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ।
👉🏻 শক্তিশালী লোকৰ কথা কৈ জুবিন গাৰ্গৰ হত্যাক ৰাজনীতিৰ আওতালৈ অনাৰ অভিসন্ধি নেকি?
👉🏻 জুবিন গাৰ্গক লৈ হোৱা ৰাজনীতি, হত্যাৰ আঁৰৰ শক্তিশালী লোকৰ কথা সকলো আলোচনা কৰিম এই ভিডিঅ'ত।
*****
Connect with Aboyob on,
👉🏼 Instagram: / aboyobbhuyan
👉🏼 Twitter: / aboyobbhuyan
*****
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: