Luitor Akashot Torar Torawoli || পৰীস্মিতা কাশ্যপ || Jyoti Sangeet || Abhinab Production Presents ||
Автор: ABHINAB PRODUCTION
Загружено: 2023-01-16
Просмотров: 9704
Luitor Akashot Torar Torawoli || পৰীস্মিতা কাশ্যপ || Jyoti Sangeet || Abhinab Production Presents ||
A tribute to Jyoti Prasad Agarwala
Producer/Camera/Editing:Jatin Saikia (Abhinab Production)
Mix Mastering:Manash Borah
Cover by:Parishmita Kashyap
◆◆🙏❤️❤️Thanks For Watching🙏❤️❤️◆◆●●For More Updates●●Please Subscribe Our Channelhttps://www.youtube.com/channel/UC2fb... Our Facebook Group / আপোনাৰ প্ৰতিভা আমাৰ মঞ্চ"এই মঞ্চৰ যোগেদি আমি আপোনাৰ তথা আপোনাৰ চিনাকি কোনোবা প্ৰতিভা থকা ব্যক্তি যদি আছে আমাৰ চেনেলৰ যোগেদি ৰাইজৰ আগত প্ৰচাৰ কৰাৰ দিহা কৰিছোঁ।ভিডিও তোৰ তলত আমাক কমেণ্ট কৰক,আমি আপোনাক যোগাযোগ কৰিম।ধন্যবাদ।।◆◆FRIENDSHIP WITH US ON FACEBOOK★ / jatin.saikia.5
◆◆ Our First Youtube Channel Link-
/ @abhinabproductionnew
◆◆Our Second Youtube Channel Link
/ @abhinabproduction4116
LIKE OUR FACEBOOK PAGE★ /
FOLLOW US ON INSTAGRAM★https://www.instagram.com/p/B2tiz6wn8...
Please Contc:
★পৰীস্মিতা কাশ্যপ -https://www.facebook.com/profile.php?...
★পৰীস্মিতা কাশ্যপ
https://instagram.com/parismita__kash...
★Lyrics★
লুইতৰ আকাশত তৰাৰ তৰাৱলী
লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজৰে মোৰ
পাৰত দীপাৱলী তেজৰে মোৰ
আই নাকান্দিবি আই নাকান্দিবি
থাপনাত তেজেৰে বন্তি দিছেহি
সন্তানে আজি তোৰ ।
পাৰত দীপাৱলী তেজৰে মোৰ
লুইতৰ আকাশত তৰাৰ তৰাৱলী ।।
লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা
আই অ’ নুমুৱা নাই
লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা
আই অ’ নুমুৱা নাই
নতুন তেজেৰে শলিতা জ্বলিছে
উজলিছে ভমকাই ।
আই অ’ নুমুৱা নাই
চকুলো বোৱাই জুই নুনুমাবি
গুচক তমসা ঘোৰ
গুচক তমসা ঘোৰ
লুইতৰ আকাশত তৰাৰ তৰাৱলী
লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজেৰে মোৰ ।।
পাৰত দীপাৱলী তেজৰে মোৰ
আই নাকান্দিবি আই নাকান্দিবি
থাপনাত তেজেৰে বন্তি দিছেহি
সন্তানে আজি তোৰ ।
পাৰত দীপাৱলী তেজৰে মোৰ
পাৰত দীপাৱলী তেজৰে মোৰ ।।
#jyotisangeet
#luitorakashot
#assameseevergreensong
#assamedeoldsong
#abhinabproduction
#abhinabproductionnew
#jyotisangeetzubeengarg
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: