বুকুতে গুপুতে | Bukute Gupute Karaoke with lyrics | Zubeen Garg | Pakhi
Автор: Mix Masala
Загружено: 2025-09-26
Просмотров: 14799
High quality karaoke with scrolling lyrics in assames pakhi album track by Zubeen Garg
karaoke Track: Clean karaoke
Lyrics: scrolling
karaoke By
High Quality & Clean karaoke with scrolling lyrics
karaoke by Mix Masala (Borah Kaliabor)
[email protected]
👉ইয়াৰ দ্বাৰা মই জনাও যে, মই যিমানকেইটা karaoke track upload কৰিছোঁ কোনো ধৰণৰ আয় সংগ্রহ কৰিব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰোঁ কিয়নো সকলো গীততেই সাধাৰণতে copyright লাগেই তথাপিও, মই ৰাইজৰ সুবিধাৰ্থে দাদাৰ হওক বা আন শিল্পীৰেই হওক তেওঁ লোকৰ গীতসমূহ karaoke with scrolling lyrics ত শুদ্ধ কৈ music track বোৰ বনাই আপোনালোকলৈ আগবঢ়াই যাম। ৰাইজৰ বাবে, ৰাইজৰ স্বাৰ্থত কাম কৰি যাম।আশা কৰো সকলোৱে উৎসাহ উদ্দীপনা যোগাব, আশীর্বাদ কৰিব যাতে গীত সমূহ ৰাইজে জীয়াই ৰাখিব পাৰে ভৱিষ্যত প্ৰজন্মলৈকে🙏🙏🙏
পুনৰ কৈছো যিহেতু ইয়াৰ পৰা একো লাভালাভ নহয় বৰঞ্চ মোৰ সময়,নেট,পৰিশ্ৰম হয়।
একো নিদিলেও বেয়া মন্তব্য যেন কোনেওঁ নকৰে
ধন্যবাদ🙏
`````````````````````
````````````````````````
```````````````````````````
#JusticeForZubeenGarg
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: