সুৰকাৰ জ্যোতিস্মান শিল্পী অজিত কুমাৰ বৰা দেবৰ কন্ঠত প্ৰাণ পাই উঠিছে কবি হীৰেন ভট্টাচাৰ্যৰ এটি গীত.
Автор: Ajanta Saikia
Загружено: 2026-01-09
Просмотров: 67
একেধাৰে সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক তথা প্ৰযোজক জ্যোতিস্মান শিল্পী শ্রীযুত অজিত কুমাৰ বৰা দেবৰ স্বৰচিত, স্ব সুৰাৰোপিত গীত ঘৰুৱা পৰিৱেশত কৰা পৰিবেশন অসম্পাদিত ৰূপত উপস্থাপন কৰা হ'ল। তবলা সংগত কৰিছে দীপাঙ্ক শইকীয়াই।
গীতৰ কথা : সুগন্ধী পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ
হেমকান্ত শইকীয়া সঙ্গীত আৰু অধ্যয়ন গৱেষণা কেন্দ্ৰ, অসমে নাৰায়ণপুৰ দেৱ প্ৰকাশন ৰ সহযোগিতাত নিবেদন কৰিছো।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: