Dihanam | মোহন কানাই - Rupali Kashyap | Dr. Lohit Rohit | Kamala Gogoi | Mohan Kanai | Horinam
Автор: RUPALI KASHYAP
Загружено: 2025-08-20
Просмотров: 142972
•Presenting "Mohan Kanai" - #RupaliKashyap exclusively on Rupali Kashyap Music.
•RK Production Present's
•Song: MOHAN KANAI
•Singer: RUPALI KASHYAP
•Lyrics & Composition : DIHA SAMRAT KAMALA GOGOI
•Additional Composition: RAJIB BARUAH
•Music : DR. LOHIT ROHIT
•Mixed & Masterd by DIGANTA BORDOLOI
•Chorus Vocal : TANUSHREE DEVI, SHREYASHREE CHOUDHURY
•Flute = KAILASH RABHA
•Nagara=DEBESWAR SAIKIA, LATU GOGOI
•Khul = GAUTAM SAIKIA
•Percussion= PITI BORAH
•Melody Design= DIPKESH BORGOHAIN
•Banjo : NIRMAL DAS
•Additional Musician = ROCKTO PRATIM BAISHYA
•Recorded at Audioholic Studio By SWAPNIL DUTTA
•Music Publisher : Geet Audio Factory
(@SanjeebAkashOfficial)
•Video Credis:
•DOP: Tanmay kalita & Himangshu Talukdar
•Edit: Tanmay Kalita
•Special Thanks :
Prince R Kashyap
Sanjeeb Akash
Sunit Gogoi
anurag Saikia jotadhari
#horinam #dihanam #tokarigeet #devotional
#new_horinam #new_dihanam #new_tokari_geet
#bhaktisong #newsong #rupalikashyap
•Song lyrics :
গীতৰ কলি -মোহন কানাই
স্হায়ী -
ৰুণুজুনু নুপূৰ বাজে বৃন্দাবনৰ মাজে
নয়ন জুৰে মোহন কানাই পীত বস্ত্ৰ সাজে
পঞ্চসুৰে বাঁহী বাৱে কলিয়া সুন্দৰ
ঘৰ বাৰী এৰি গোপী মাৰে ভিৰাই লৰ
অ' গোপিনীৰ মনৰ নাই থৰ।
পদ -
শৰতৰে ৰাতি যমুনাৰে দাঁতি
ঘৰ এৰি আহে গোপী শাৰী পাতি পাতি
তাতে কানাই বাঁহী বাৱে পঞ্চসুৰ লৈ
গোপী বোলে আহা কানাই আমাৰ কাষলৈ
প্ৰভু তুমি বিনে আমি থাকো কেনেকৈ
ভাঙনি -
তুমি যেন পূৰ্ণিমাৰ জোন
গোপিনীৰ কেঁচা সোণ
ভকতজনৰ হিয়াখনি
নয়ন জুৰাই জুৰাই গোপিনীসকলে চাই
ব্ৰজধামে কৃষ্ণ যদুমণি
খৰতাল -
নাযাবা নাযাবা কানু আমাক এৰিয়া
তুমি তৰু আমি লতা
থাকিবো বেড়িয়া
পদ-
তৰু বিনা লতা জাতিৰ কোনো মূল্য নাই
কৃষ্ণ বিনা গোপী আমি নাথাকো জীয়াই
©® Don't upload illigally
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: