কামাখ্যা ৰে’লৱে ষ্টেচনত নকল সোণৰ নাও উদ্ধাৰ
Автор: Pratidin Time
Загружено: 2026-01-18
Просмотров: 161
কামাখ্যা ৰে’লৱে ষ্টেচনত নকল সোণৰ নাও উদ্ধাৰ
আৰক্ষীয়ে আটক কৰে নকল সোণসহ ৩ সৰবৰাহকাৰীক
নগাঁৱৰ পৰা বাছেৰে কামাখ্যালৈ সৰবৰাহ কৰিছিল নকল সোণখিনি
ধৃত কেইজনৰ নাম নন্দলাল চৌহান, য়চৱন্ত কুমাৰ, ৰাম চৰিখ চৌহান
জব্দকৃত সোণৰ নাওখনৰ ওজন ১ কিলো ৫৮০ গ্রাম
লগতে জব্দ কৰে ৩টাকৈ মোবাইল ফোন
অধিক তথ্যৰ বাবে আৰক্ষীৰ সোধাপোছা অব্যাহত
#PratidinTime #AssamNews #assam #KamakhyaJunctionRailwayStation
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: