এটা ভাষা, যাক এতিয়া জানে মাথো এজন লোকে, মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
Автор: Pratidin Time
Загружено: 2026-01-21
Просмотров: 1622
এটা ভাষা, যাক এতিয়া জানে মাথোঁ এজন লোকে
খামায়াং ভাষা আজি বিলুপ্তিৰ দুৱাৰ মুখত
উজনিৰ তিনিচুকীয়া, যোৰহাট, গোলাঘাটত খামায়াং সকল
সংখ্যাত মাথোঁ ২০০০-৩০০০ লোক
দুই এজনে অলপ-অচৰপ ক’ব পাৰে, কিন্তু জানে মাথোঁ এজনে
৮৪ বছৰীয়া ভোগেশ্বৰ থমুঙৰ পিছত কি হ’ব?
দুৰ্বল জাতিটোক সহায় কৰিবলৈ নাই কোনো
ভাষাটোক জীয়াই ৰখাব বিচাৰে খামায়াং সকলে
লাগে মাথোঁ কিছু সহায় আৰু দিশ নিৰ্ণয়
ভাষাটো বচাবলৈ হাতত নাই সময় খামায়াং সকলৰ
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
#PratidinTime #AssamNews #assam #bisleshan
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: