বিহ খুৱাই হত্যা কৰা সেইটো মানি ল'ব পৰা কথাই নহয়- ৰাজা বৰুৱা
Автор: Pratidin Time
Загружено: 2025-10-05
Просмотров: 345109
জেৰা বুলি ক'ব নোৱাৰি, statement লৈছে আৰু...কেতিয়া লগ পাইছিলো কি কথা...যিহেতু আমি ন্যায় বিচাৰিছো জুবিন গাৰ্গৰ...ন্যায় পাব লাগিলে আমি তদন্তত সহায় কৰিবই লাগিব...সবকে খুব বিশ্বাস কৰে তেওঁ...জুবিন গাৰ্গক ব্যৱহাৰ কৰা হৈছিল সেইবোৰ এতিয়া ওলোৱা কথা...কিন্তু ব্যৱহাৰটো হৈয়েই আছে আগৰ পৰা...বিহ খুৱাই হত্যা কৰা সেইটো মানি ল'ব পৰা কথাই নহয়...জুবিন গাৰ্গৰ নিচিনা মানুহ এজনক যদি বিহ খুৱাই হত্যা কৰিছে..তেন্তে আদালতে শাস্তি দিবই, নহ'লে ৰাইজে শাস্তি দিব, নহ'লে ভগৱানৰ আদালত আছে...ইয়াতেই আমি সব দেখি যামঃ জুবিনৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱা
#PratidinTime #AssamNews #ZubeenGarg #JusticeForZubeen
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: