Ei phul phulibor botore Ahil(karaoke) || এই ফুল ফুলিবৰ বতৰে আহিল ||Nirmala Mishra||Nava kumar Das||
Автор: Studio Melody Hub
Загружено: 2021-06-24
Просмотров: 4362
song-ei phul phulibor botor
music director-Jayanta Hazarika
film-bonoriya phul
এ ফুল ফুলিবৰ বতৰে আহিল
এ বা' ৰিব্ ৰিব্ বতাহে বলিল
ৰ'দৰ কোলাত ডাৱৰ উমলিল
লিহিৰি বনত পখিলা উৰিল
অ’… ফুল পাহৰা বন ভোমোৰা
উঠা সাৰ পাই
উঠা সাৰ পাই ।
অ’... বন বৰণি বন নিজৰা
নাচা গীত গাই
নাচা গীত গাই
কোন দূৰণিৰ পাহাৰী পখীৰ
ৰিণিকি ৰিণিকি সুহুৰি আহিল
উগুলে থুগুল হৈ বিয়াকুল
আমাৰ লগৰীৰ মনটি কঁপিল।
নাই.... নাই.... নাই...
নহয় পখিলা উৰিল
এ ফুল ফুলিবৰ বতৰে আহিল
এ বা' ৰিব্ ৰিব্ বতাহ বলিল ।।
এ বা' ৰিব্ ৰিব্ বতাহ বলিল
এই মন যে উৰা বতৰে আহিল
অ'.... বন হৰিণা দেও দি দি
নাচা জপিয়াই
নাচা জপিয়াই ।
অ'.... বন হৰিণা দেও দি দি
নাচা জপিয়াই
নাচা জপিয়াই।
কোন দূৰণিৰ পাহাৰী পখীৰ
ৰিণিকি ৰিণিকি সুহুৰি আহিল
উগুলে থুগুল হৈ বিয়াকুল
আমাৰ লগৰীৰ মনটি কঁপিল
উগুলে থুগুল হৈ বিয়াকুল
আমাৰ লগৰীৰ মনটি কঁপিল
আ…. (আলাপ)
আমাৰ লগৰীৰ মনটি কঁপিল..
আ…. (আলাপ)
আমাৰ লগৰীৰ মনটি কঁপিল..
আ…. (আলাপ)
আমাৰ লগৰীৰ মনটি কঁপিল..
আ…. (আলাপ)
আমাৰ লগৰীৰ মনটি কঁপিল.. ।।
#assamesekaraoke
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: