এজন কয়দীৰ অন্তিম ইচ্ছা পুৰণ কৰিলে মহিলা আৰক্ষীয়ে । তাৰ পিছত কি হ’ল চাওক
Автор: Chitra Ranjan Nath
Загружено: 2025-11-24
Просмотров: 27196
এজন কয়দীৰ অন্তিম ইচ্ছা পুৰণ কৰিলে মহিলা আৰক্ষীয়ে । তাৰ পিছত কি হ’ল চাওক
About his video - এজন কয়দীক ফাঁচীৰ দুমাহ পূৰ্বে যেতিয়া অন্তিম ইচ্ছাৰ কথা সোধা হৈছিল- তেতিয়া কয়দীজনে এগৰাকী কুমাৰী ছোৱালীৰ লগত নিশা কটাবলৈ বিচাৰিলে। জেল কৰ্তৃপক্ষই এই দাবী মানি নোলোৱাত এগৰাকী তদন্তকাৰী আৰক্ষীক কয়দীজনে তেওঁৰ লগত নিশা কটাবলৈ অনুৰোধ কৰিলে। তাৰ পিছত সেই জেলখনত যি ঘটনা ঘটিল, সেয়া কল্পনাও বাহিৰত আছিল। এই চাঞ্চল্যকৰ কাহিনীটো আপুনিও এবাৰ চাই লওক।
#hearttouching
#assamesevideo
#assamesestory
#moralstories
#story
#stories
#ladypolice
#ladysingham
#assampolice
#policestory
#police
#kahani
#motivation
DISCLIAMER _ Copyright Disclaimer under section 107 of the Copyright Act of 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, education and research. Fair use is a use permitted by copyright statute that might otherwise be infringing."
Note - এই ভিডিঅটো কেৱল মনোৰঞ্জনৰ বাবে প্ৰস্তুত কৰা হৈছে। ভিডিঅটোত প্ৰকাশিত কাহিনী সম্পূৰ্ণৰূপে কাল্পনিক। কোনো জীবিত বা মৃত ব্যক্তি, সংস্থা আদি কাৰো সৈতে এই কাহিনীৰ সম্পৰ্ক নাই।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: