জুবিন গাৰ্গক ভৰিত চুই কি ক'ব গণেশে? নাম সলনি কৰাৰ বাবে ভৱিষ্যত সলনি হ'ল নেকি গণেশৰ?
Автор: NB Melody
Загружено: 2025-08-07
Просмотров: 6869
'হাই ক্লাচ পৰিয়ালৰ নহয় ল' ক্লাচ পৰিয়ালৰ হয়। পইচা নাথাকিলে হাজিৰা কৰিবলৈ যাও।' ঘৰ চলাবলৈ দিনত হাজিৰা, সন্ধিয়া গীতৰ সাধনা ভাইৰেল যুৱকৰ। মোবাইল এটা কিনিবৰ বাবেও টকা নাই গণেশৰ। হাজিৰা কৰা পইচাৰ পৰা ১০-২০ টকাকৈ সাঁচি গৈছে সপোনৰ গীতটো বনাবলৈ। জুবিন গাৰ্গক ভৰিত চুই কি ক'ব গণেশে? নাম সলনি কৰাৰ বাবে ভৱিষ্যত সলনি হ'ল নেকি গণেশৰ?
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: