TET CUM RECRUITMENT TEST 2.0 UPDATE III আকৌ কেতিয়া অনুষ্ঠিত হব? চৰকাৰে জনালে এই কথা
Автор: Learning Cube
Загружено: 2025-10-24
Просмотров: 5105
Download the Learning Cube app
https://play.google.com/store/apps/de...
Join Whatsapp community
https://chat.whatsapp.com/JIL6XapKUCc...
অসম চৰকাৰে ঘোষণা কৰিছে TET Cum Recruitment Test 2.0 ৰ নতুন আপডেট! এই ভিডিঅ’ত আমি আলোচনা কৰিছো—Update III ত কি উল্লেখ আছে, পৰীক্ষা কেতিয়া হব পাৰে, নতুন নিয়োগ প্রক্রিয়া কেনেকুৱা হব, আৰু চৰকাৰী সিদ্ধান্তবোৰ।
👉 ভিডিঅ’ত আলোচনা কৰা বিষয়বলী:
TET Cum Recruitment Test 2.0 Update III সম্পূর্ণ বিৱৰণ
পৰীক্ষাৰ সম্ভাৱ্য তাৰিখ
চৰকাৰী সূচনাৰ মুখ্য পইণ্ট
নতুন নিয়োগ প্ৰক্ৰিয়া সম্পৰ্কে
শিক্ষকৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ
📅 যদি আপুনি Assam TET, CTET, বা DSE নিয়োগ পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে — এই ভিডিঅ’ আপোনাৰ বাবে বিশেষ সহায়ক হব।
🔔 চেনেলটো Subscribe কৰক — যাতে TET, CTET, আৰু নিয়োগ সম্পৰ্কীয় সকলো নতুন আপডেট আপুনি সৰ্বপ্ৰথমে পাব।
#TETCumRecruitmentTest #AssamTET2025 #TETUpdate #TET2_0 #AssamTeacherRecruitment #TETNews #AssamEducation
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: