Osto Akaxore Karaoke Track With Lyrics ,Bhupendra Sangeet ,অস্ত আকাশৰে Music Track
Автор: Dichang Musical
Загружено: 2024-06-26
Просмотров: 39391
#OstoAkaxoreKaraokeTrack
#BhupendraSangeet
*********Scale- D# Major**********
Music Re_Arrange By Dichang Musical
Contact For Any Music Track
Whatsapp- 8876478089
Not Allowed To Reupload anyone on Youtube ,
if you want to make cover with this track and upload in youtube then You must Add this tracks link in description box and Music credit.
Thanks.

ভূপেন্দ্ৰ সঙ্গীত
গীতৰ কথা আৰু সুৰঃ- সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা

অস্ত আকাশৰে
সপোন ৰহন সানি
ক্লান্ত লুইতৰে
হেঙুলীয়া পানী
বৈয়ে যায়, বৈয়ে যায়,
বই যায়
অস্ত আকাশৰে
সপোন ৰহন সানি –
কোন সুন্দৰৰে শিল্পীয়ে
পদুম ফুলৰ নাঁৱেৰে
মঁয়ুৰ পঙ্খীৰ ৰহণ বোৰ
দিয়ে ছটিয়াই-
দুয়ো পাৰে কত মানুহ
কত যে ইতিহাস
কত যুগৰ কত আঁশাৰ
নিৰাশাৰে নিশ্বাস
লক্ষ্য যদি দিগন্ত
শিল্পী হে তোমাৰ
লক্ষ্য যদি দিগন্ত
শিল্পী হে তোমাৰ
পদুমৰে পানচৈ
চপোৱা এবাৰ
দেখিবা জীৱনৰে,
দেখিবা জীৱনৰে
দিগন্ত অপাৰ –
বেলি যে যায়, বেলি যে যায়
বেলি যে যায়
অস্ত আকাশৰে
সপোন ৰহন সানি
ক্লান্ত লুইতৰে
হেঙুলীয়া পানী
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: