জ্যোতিপ্ৰসাদ আগৰৱালাৰ "কাৰেঙৰ লিগিৰী"ৰ সম্পূৰ্ণ কাহিনী | Summary of Karengar Ligiri
Автор: জীৱনকথা
Загружено: 2025-11-03
Просмотров: 619
জ্যোতিপ্ৰসাদ আগৰৱালাৰ “কাৰেঙৰ লিগিৰী” অসমীয়া নাট্য-সাহিত্যৰ এক অন্যতম সৃষ্টি । এই নাটকখনৰ প্ৰথম প্ৰকাশ ১৯৩৭ চনত হৈছিল। আহোম যুগৰ পটভূমিত ৰচিত এই বুৰঞ্জীমূলক কাল্পনিক নাটকখনৰ কেন্দ্ৰবিন্দু হৈছে প্ৰেম, সমাজ আৰু মানুহৰ অন্তৰ জগতৰ সংঘাত।
এই ভিডিঅ’ত আমি নাটকখনৰ মুখ্য কাহিনীটো চমুকৈ বাখ্যা কৰিছোঁ।
📚 নাটকৰ মূল বিষয়বস্তু —
• প্ৰেম আৰু সমাজৰ সংঘাত
• ৰাজকোঁৱৰ সুন্দৰ কোঁৱৰ আৰু শেৱালিৰ দুখলগা কাহিনী
“Karengar Ligiri” is one of the greatest Assamese dramas written by Jyotiprasad Agarwala. It was first published in 1937. Set in the Ahom era of Assam, this historical fiction explores love, societal norms, and the deep conflicts of the human heart.
🎭 Key Highlights —
• Conflict between love and tradition
• The tragic tale of Prince Sundar Konwar and Sewali
Related: [ assamese drama, assamese literature, assamese story, assamese folklore, assamese culture, ahom history, assamese play, karengar ligiri summary, assamese classic, অসমীয়া সাহিত্য, অসমীয়া নাটক, অসমীয়া বুৰঞ্জী, অসমীয়া সংস্কৃতি, folklore of assam, assamese storytelling ]
Background Music Credits: • North East ' Indian Village BGM - Royalty ...
#assamesedrama #assameseliterature #assameseculture #assamesestory #bishnurabha #jyotisangeet #rabhasangeet #assamesemythology #assameseanimation
⸻
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: