Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

ক্ৰমাৎ পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ যোৱা এক লজ্জাজনক ঘটনা।

Автор: Pratidin Time

Загружено: 2025-12-03

Просмотров: 32534

Описание:

ক্ৰমাৎ পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ যোৱা এক লজ্জাজনক ঘটনা। ক্ৰমাৎ শুকুৱাই অহা এডোখৰ ঘাঁ। পিছে সেই ঘাঁ পুনৰ খুচৰিবলৈ আৰম্ভ কৰিছে অসমৰ এগৰাকী মন্ত্ৰীয়ে। ক্ৰমাৎ অতীত হৈ যোৱা এই লজ্জাজনক ঘটনা পুনৰ সুঁৱৰি সমাজক যেন সাম্প্ৰদায়িকতাৰ বাৰ্তা দিবলৈ বিচাৰিছে এগৰাকী মন্ত্ৰীয়ে। মন্ত্ৰীগৰাকী আন কোনো নহয়, তেওঁ হৈছে অশোক সিংহল। বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে মন্ত্ৰী সিংহলে X হেণ্ডেলযোগে প্ৰচাৰ কৰা এটি পোষ্টে এতিয়াও ধুমুহা অব্যাহত ৰাখিছে দেশৰ ৰাজনীতিত। প্ৰশ্ন উঠিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে আগবঢ়া অসমক সাম্প্ৰদায়িক বিষবাষ্পৰে কলুষিত কৰিব বিচাৰিছে নেকি এইজন মন্ত্ৰীয়ে।

#pratidintime #assamnews #assam

ক্ৰমাৎ পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ যোৱা এক লজ্জাজনক ঘটনা।

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

মুখ্যমন্ত্ৰীৰ সতীৰ্থ মন্ত্ৰীক আণ্ডাৰগ্ৰাউণ্ড আখ্যা দি হাগ্ৰামা মহিলাৰীৰ অভিযোগ

কোকৰাঝাৰ অস্থিৰ কৰাৰ আঁৰত কোন? কাৰ পৃষ্ঠপোষকতাত BTCৰ সচিবালয়ত চলিছিল সন্ত্রাস।

কেতিয়ালৈ জনজাতি ছয় জনগোষ্ঠী? 'আজিৰ পৰ্যৱেক্ষণ'

ন্যায্য দাবী কৰি চাকৰি হেৰুৱালে 108 সেৱাৰ প্ৰায় ১০০০ চালক, কৰ্মচাৰীয়ে

অসমৰ সুসন্তান বেৰিষ্টাৰ ইলিয়াছ হুচেন আনছাৰী অসমত উপস্থিত৷

#himantabiswasarma   I ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান #appointmentsetters

ভৰি ভাঙিল বিয়াত -  Kerela Wedding vlog

ভৰি ভাঙিল বিয়াত - Kerela Wedding vlog

কেনেকৈ অসমলৈ আহিল Post Malone’ৰ কনচাৰ্ট? কি লাভ হ'ব অসমৰ? || Aboyob Bhuyan

দৰা কেৰেলাৰ আৰু কইনা অসমৰ - A unique Assamese wedding story

লোহাৰপট্টিত অবৈধভাৱে নিৰ্মাণ কৰা অট্টালিকা ভাঙি পেলোৱাৰ নিৰ্দেশ

ন্যায্য দাবী কৰি চাকৰি হেৰুৱালে 108 সেৱাৰ প্ৰায় ১০০০ চালক, কৰ্মচাৰীয়ে।

LIVE | Zubeen Garg | গৰিমা গাৰ্গৰ অজ্ঞাতে তাৰছেম-সিদ্ধাৰ্থৰ ভয়ংকৰ কাণ্ড | NEWS18ৰ তদন্তত তথ্য

লুৰিণৰ মিঞাপ্ৰীতি, সংখ্যালঘু এলেকাৰ পৰা নিৰ্বাচনী ডংকা বজালে জাতীয়তাবাদী নেতাই

#PositiveStory কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা তিনি ফুট উচ্চতাৰ এজন যুৱক৷

108ৰ অৰ্ধশতাধিক প্ৰতিবাদী কৰ্মীৰ ‘স্পষ্টবাক’ত প্ৰথম প্ৰতিক্ৰিয়া

CIDৰ লকআপত পত্নীৰ গালিত থকা-সৰকা শ্যামকানু মহন্ত...

আমাক সংস্থাপন দিয়ক নহ’লে গুলী কৰি মাৰক। যদি আমি বাংলাদেশী, বাংলাদেশলৈ পঠিয়াই দিয়ক

1983 год, Ассамское движение, когда ассамцы осознали, что их достоинство находится под угрозой, |...

কামৰূপৰ বামুন্দীত জঘন্য কাণ্ড, বিধৱা মহিলাৰে সৈতে অসংযত অৱস্থাত উদ্ধাৰ এজন বিজেপি কৰ্মী

হিমন্ত বিশ্বই এটা চাকৰিৰ বাবদ কিমান টকা লয়? || Aboyob Bhuyan

© 2025 dtub. Все права защищены.

  • Контакты
  • О нас
  • Политика конфиденциальности

Контакты для правообладателей: [email protected]