ভাগৱত
Автор: Banashri
Загружено: 2025-11-30
Просмотров: 306
ভাগৱত ব্যাখ্যা । নাৰায়ণ মিলি #ভাগৱত #ভাগৱত ব্যাখ্যা #bhakti #mishing baxa
এই ভিডিঅ’ত অসমীয়া ভাষাৰ ভাগৱত পাঠ মিছিং ভাষালৈ অনুবাদ কৰি সুলভভাবে ব্যাখ্যা কৰা হৈছে। মিছিং সমাজৰ মানুহে যাতে ভাগৱতৰ গুৰুত্ব, আধ্যাত্মিক অৰ্থ আৰু মূল বক্তব্য সহজে বুজিব পাৰে, সেই উদ্দেশ্যে এই অনুবাদ কৰা হৈছে।
অসমীয়া আৰু মিছিং দুয়ো ভাষাত ভাগৱত শিকিবলৈ এই ভিডিঅ’ বিশেষ সহায়ক হ’ব।
অনুগ্ৰহ কৰি ভিডিঅ’খন Like, Share আৰু Subscribe কৰিব।
#Bhagawat #BhagawatPath #AssameseToMishing #MishingLanguage
#MishingTranslation #AssameseBhagawat #MishingCulture
#BhagawatKatha #AssameseDevotional #MishingCommunity
#AssameseCulture #MishingVideo #AssamToMishing
#DevotionalVideo #Bhaktipath
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: