অকলশৰীয়া হ'ল পাহী, কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মৃত্যু পিতৃ-মাতৃৰ
Автор: News Live
Загружено: 2025-11-16
Просмотров: 76392
⭕ অকলশৰীয়া হ'ল পাহী
⭕ শোকাৱহ, কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মৃত্যু পিতৃ-মাতৃৰ
⭕ জন্মদিনৰ পাৰ্টীৰ আয়োজনৰ মাজতে গেছ চিলিণ্ডাৰৰ পৰা সূত্ৰপাত ঘটিছিল অগ্নিকাণ্ডৰ
⭕ এতিয়াও পাহীয়ে নাজানে তাইৰ পিতৃ-মাতৃ আৰু নাই
⭕ অগ্নিদগ্ধ বাসগৃহত পৰি আছে সা-সামগ্ৰী, উপহাৰ
⭕ পাহীক জন্মদিনৰ উপহাৰ দিবলৈ আনি থোৱা কাপোৰযোৰ হাতত লৈ কান্দোনত ভাগি পৰিছে আত্মীয়
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: http://newslivetv.com/
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: