স্বাৱলম্বী হওঁ আহক ।। অনলাইন কৰ্মশালা
Автор: Jayanta Kumar Kalita
Загружено: 2025-04-28
Просмотров: 319
অহা ইং 30 এপ্ৰিল/2025, বুধবাৰে নিশা 8:00 বজাত এঘণ্টাৰ বাবে অনলাইনত "স্বাৱলম্বী হওঁ আহক" বিষয়ত এখন কৰ্মশালা অনুষ্ঠিত হ'ব। কৰ্মশালাত "আর্থিক স্বাৱলম্বিতা, নতুন উপাৰ্জন পথ আৰু ব্যৱসায়িক দক্ষতা" সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। কৰ্মশালাখন সম্পূৰ্ণ বিনামূলীয়া। স্বাৱলম্বী হ’ব বিচৰা সকলো পুৰুষ-মহিলাই কৰ্মশালাত অংশগ্রহণ কৰিব পাৰিব। ইচ্ছুক ব্যক্তিয়ে তলৰ লিংকত ক্লিক কৰি নিজৰ নামটো পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়ন লিংকঃ 👇
https://forms.gle/wjEccqHok6QB9MKa7
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: