বেংগলোৰৰ শিৱাজী নগৰত মৃত্যুৰ সৈতে যুঁজিছে এজন অসমীয়া যুৱক। স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
Автор: Majuli Times
Загружено: 2020-07-30
Просмотров: 5
লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী চকীৰ অধীনস্থ ২নং বহু পথাৰ গাঁৱৰ সোনাৰাম গগৈৰ পুত্ৰ
চম্পক গগৈ। মাক-দেউতাকৰ লগতে পৰিয়ালটোক পুহ পাল দিবৰ বাবে কৰ্ম সূত্ৰে সুদূৰ বেংগালুৰু গৈছিল চম্পক গগৈয়ে৷
বেংগালুৰু চহৰৰ এটি বৰফ ফেক্টৰীত কাম কৰিছিল গগৈয়ে। প্ৰায় দুবছৰৰ মান কৰ্মৰ খাতিৰত ঘৰলৈ আহিবপৰা নাছিল ।
কৰুণা মহামাৰীৰ সময়ত
বৰ্তমান যুৱকজনৰ এতিয়া যক্ষ্মা আৰু জণ্ডিচ ৰোগত আক্ৰান্ত হৈছে ।
সম্প্ৰতি তেওঁৰ শৰীৰটো অধিক দূৰ্বল হৈ পৰাত ঘৰলৈ আহিবলৈ অক্ষম হৈ পৰিছে ।
এই খবৰে ঘৰত বিয়পি পৰাৰ লগে লগে মাকৰ হিয়া ভঙ্গ কান্দোনৰ লগতে পৰিয়ালৰ বৰ্গই মানসিক বাবে শোকত ভাগি পৰিছে, ।
শেষ ভৰষা স্বৰূপে পৰিয়াল বৰ্গৰ লগতে গাৱঁৰ ৰাইজে অসম চৰকাৰ মাননীয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ সহায় বিচাৰিছে কাতৰ আহ্বান জনাইছে। সবিশেষ খবৰৰ বাবে 8787529275 নম্বৰত যোগাযোগ কৰক৷
লখিমপুৰৰ পৰ সুজমুল ইছলামৰ প্ৰতিবেদন MAJULI TIMES
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: