প্ৰধানমন্ত্ৰীয়ে অসমক দিলে গৰু চোৰ, পানী চোৰ
Автор: Pratidin Time
Загружено: 2025-12-21
Просмотров: 10407
প্ৰধানমন্ত্ৰীয়ে অসমক দিলে গৰু চোৰ, পানী চোৰ। প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ হঠাৎ উত্তেজিত গৌৰৱ গগৈৰ মন্তব্য এয়া। জুবিন গাৰ্গৰ প্ৰসংগ আনিয়ো প্ৰধানমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ। জুবিন সন্দৰ্ভত ক’বলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ নকৰাৰ বাবে মুখ্যমন্ত্ৰীকো আক্ৰমণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।
#pratidintime #assamnews #assam #narendramodi
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: