আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ভোটাৰ তালিকাৰ হ’ব বিশেষ সংশোধনী
Автор: Pratidin Time
Загружено: 2025-11-19
Просмотров: 25756
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ভোটাৰ তালিকাৰ হ’ব বিশেষ সংশোধনী। পিছে এই সংশোধনীয়ে বাট মুকলি কৰিব নেকি ভোট চুৰিৰ? বহিঃৰাজ্যৰ ভোটাৰক অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ সুযোগ দিব নেকি এই সংশোধনীয়ে? এই সন্দৰ্ভত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ এটি মন্তব্যই ধুমুহাৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত। দুদিন পূৰ্বে আহি ভাড়াঘৰত থিতাপি লোৱা বহিঃৰাজ্যৰ লোকেও আবেদন কৰিব পাৰিব অসমৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে। অৱশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নস্যাৎ কৰিছে এনে আশংকা।
#PratidinTime #AssamNews #voterlist
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: