অসম চৰকাৰ-আছুৰ বৈঠকত লোৱা হৈছে কেইবাটাও ডাঙৰ সিদ্ধান্ত|| People's TV
Автор: People's TV
Загружено: 2025-11-24
Просмотров: 1795
'মাটিৰ ক্ৰয়-বিক্ৰয় অধিকাৰ খিলঞ্জীয়াৰ হাতত ৰাখিবলৈ ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন(১৮৮৬)ৰ যাৱতীয় সংশোধনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে '
'ব্ৰহ্মপুত্ৰ উপত্যকাৰ ইংৰাজী বিদ্যালয়ত অসমীয়া বিষয় বাধ্যতামূলক হ'ব।BTR এলেকাত বড়ো আৰু অসমীয়া
বিষয় বাধ্যতামূলক হ'ব।'
'সত্ৰসমূহৰ সংৰক্ষণ আৰু আৰু সকলো বিষয় নিষ্পত্তিকৰণৰ বাবে চৰকাৰে অসম সত্ৰ সংৰক্ষণ আৰু বিকাশ আয়োগ গঠনৰ প্ৰস্তুতি চলাইছে চৰকাৰে'
অসম চৰকাৰ-আছুৰ বৈঠকত লোৱা হৈছে কেইবাটাও ডাঙৰ সিদ্ধান্ত
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: