মহানগৰীত GST বিভাগৰ বৃহৎ অভিযান
Автор: Pratidin Time
Загружено: 2026-01-24
Просмотров: 138
মহানগৰীত GST বিভাগৰ বৃহৎ অভিযান। প্লাষ্টিক বেগভৰ্তি ১৬হাজাৰটা বস্তা জব্দ GST বিভাগৰ। ২২ জানুৱাৰীত ভূতনাথ আৰু পামহিত বেগসমূহ জব্দ কৰিছিল।
#PratidinTime #AssamNews #assam #guwahati
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: