বোৱাৰীৰ দেউতাক মোৰ হয় কি? মাইকী মেকুৰীজনীক কি বোলে বাৰু? আতাৰ পত্নী?? বিপৰীত লিংগ পঢ়ো আহা
Автор: Manjular Xadhukotha Aru Kobita
Загружено: 2022-09-12
Просмотров: 342
লিঙ্গ পৰিৱৰ্তন
*************
পুংলিঙ্গ স্ত্ৰীলিঙ্গ
****************
ককাই -- বাই,ন-বৌ
কোৱা -- কাউৰী
ককা--আই
গোহাঁই--আইচু
গগৈ--আইচু
চপনীয়া--চাপনী
গোলাম--বান্দী
পৈ--ঘৈণী
বোন্দা--জাঁই
ডেকা--গাভৰু, ডেকেৰী
দেওৰ--জা
দমৰা--চেউৰী, কাঢ়লী
দঁতাল--মাখুন্দী
নাচনিয়াৰ--নাচনী
লোদোৰা--লুদুৰী
তাৱৈ--আমৈ
ভঙ্গুৱা--ভাঙ্গুৰী
মখনা--মাখুন্দী
শৰ--ভেলেঙী
পাচক--পাচিকা
মানী --মানিনী
বিড়াল--বিড়ালী
সি--তাই
ই--এই
পো--বোৱাৰী
ভিনিহী--বাইদেউ
বিয়ৈ--বিয়নী
ৰান্ধনি--ৰান্ধনী
মৃগ--মৃগী
শিষ্য--শিষ্যা
পুস্তক--পুস্তিকা
কিশোৰ--কিশোৰী
মহান--মহতী
ষোড়শ--ষোড়শী
নবাব--বেগম
জেঠ পেহা--জেঠাই
পেহা--পেহী
বন্দী--বেটী
আতা--আবু
বেঙা--বেঙী, বেঙেৰী
নৰ্তক--নৰ্তকী
সাধু--সাধ্বী
সৎ--সতী
নেতা--নেত্ৰী
বিদ্বান--বিদুষী
দাতা--দাত্ৰী
কৰ্তা--কৰ্ত্ৰী
বন্ধু--বন্ধুৱনী
মাছুৱৈ--মাছতী
দিওঁতা--দিঁয়তী
কৰোঁতা--কৰঁতী
সৰল--সৰলা
কান্দুৰা--কান্দুৰী
নদ--নদী
শ্ৰীমান--শ্ৰীমতী
মালী--মালিনী
মহা--মাহী
#অসমীয়া #ব্যাকৰণ #অসমীয়া ব্যাকৰণ#education #grammar #study #gender #লিঙ্গ #students #assamese #assamesegrammar #educational #assam
@srimantamotivatoranushilan8846 @chayadeka @assamesesanskartv826 @Lovacurious2 @DkVlogswithDipankar @scordemyassam @amrinajeriana
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: