এইবাৰ এটা ফোন ৰেকৰ্ডিঙে আকৌ উদঙাইছে প্ৰাক্তন IAS বিষয়া হিতেশ দেৱশৰ্মাৰ স্বৰূপ।
Автор: Pratidin Time
Загружено: 2025-11-21
Просмотров: 35720
বাক্সাৰ জে’লৰ বাহিৰত জুবিন অনুৰাগীৰ ওপৰত আক্ৰমণ কৰিছিল আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাই। সেই সময়তেই পিতৃ হিতেশ দেৱশর্মাৰ আঁৰৰ মুখাখন খোল খাইছিল। জুবিন গাৰ্গক অপমান কৰি সামাজিক মাধ্যমত মন্তব্য দিছিল হিতেশ দেৱশৰ্মাই। এইবাৰ এটা ফোন ৰেকৰ্ডিঙে আকৌ উদঙাইছে প্ৰাক্তন IAS বিষয়া হিতেশ দেৱশৰ্মাৰ স্বৰূপ। বাক্সাৰ ঘটনাৰ বাতৰি পৰিৱেশন কৰা সাংবাদিক আৰু তেওঁৰ পুত্ৰক দিলে ভাবুকি।
#pratidintime #assamnews #assam
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: