পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বগা হৰিণ দেখাৰ সোভাগ্য
Автор: Pratidin Time
Загружено: 2025-11-25
Просмотров: 217
দেশী-বিদেশী পৰ্যটকেৰে ভৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পৰ্যটকে উপভোগ কৰিছে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য। পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বগা হৰিণ দেখাৰ সোভাগ্য। দিল্লীৰ পৰ্যটকে প্ৰত্যক্ষ কৰে বগা হৰিণ।
#PratidinTime #AssamNews #assam #KazirangaNationalPark
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: